আছাম ৰাইফলছৰ অভিযানত আটক ৪ বিদ্ৰােহী, জব্দ মাৰণাস্ত্ৰ

নিউজ ডেস্ক। আছাম ৰাইফলছৰ অভিযানত মাৰণাস্ত্ৰসহ আটক হ’ল ৪ উগ্ৰপন্থী।

মণিপুৰৰ পূব ইম্ফল আৰু পশ্চিম ইম্ফল জিলা দুখনত আৰক্ষীৰ সহযােগত চলােৱা অভিযানত আটক হ’ল একাধিক উগ্ৰপন্থী সংগঠনৰ কেডাৰ কেইজন।

FK2-SZBg-UYAAoms-V

আটকাধীন উগ্ৰপন্থী কেইজনৰ পৰা মাৰণাস্ত্ৰও জব্দ কৰিছে অভিযানকাৰী আছাম ৰাইফলছ-আৰক্ষীয়ে।

আটকাধীন উগ্ৰপন্থীৰ এজন নিষিদ্ধ ঘােষিত KCP (PWG) আৰু আন তিনিজন UNLF ৰ কেডাৰ।

Leave a Comment