অলিম্পিকত আন এটা পদক নিশ্চিত হ’ল ভাৰতৰ, ফাইনেলত প্ৰৱেশ মল্লযোদ্ধা ৰবি কুমাৰ ডাহিয়াৰ…

অলিম্পিকত আন এটা পদক নিশ্চিত হ’ল ভাৰতৰ।

ছেমিফাইনলত জয়লাভ ভাৰতৰ ২৩ বৰ্ষীয় প্ৰতিভাৱান মল্লযোদ্ধা ৰবি কুমাৰ ডাহিয়াৰ।

মল্লযুদ্ধৰ ৫৭ কিলোগ্ৰামৰ ফ্ৰীষ্টাইলত প্ৰতিদ্বিন্দ্বিতা কৰা ৰবি কুমাৰ ডাহিয়াই ছেমিফাইনেলত কাজাখাস্তানৰ প্ৰতিদ্বন্দ্বি নুৰিছলাম চানায়েভক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।

ৰবি ডাহিয়াৰ বিজয়ত ভাৰতৰ প্ৰধান মন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুই শুভেচ্ছা জ্ঞাপন কৰে।

Leave a Comment