অসম

ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপঃ ক্ষুদ্ৰ ব্যৱসায়ী-শিল্পীলৈ আগবঢ়াব ১০হাজাৰকৈ টকা…

ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ।

ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ী আৰু শিল্পীসকললৈ আগবঢ়োৱা হ’ব ১০হাজাৰকৈ টকা।

টুইটাৰযোগে এই কথা সদৰি কৰিছে ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে।

ক’ভিডত ক্ষতিগ্ৰস্ত ক্ষুদ্ৰ ব্যৱসায়ী আৰু শিল্পীয়ে পাব এই ধন।

দুৰ্বল শ্ৰেণীৰ লোকক আংশিক সকাহ দিয়াৰ উদ্দেশ্যে এই বিশেষ পদক্ষেপ ৰাজ্য চৰকাৰৰ।

প্ৰতিটো গোট/ব্যক্তিক অৰ্থাৎ কুটিৰ উদ্যোগ, ক্ষুদ্ৰ ব্যৱসায়ী আৰু শিল্পীসকলে লাভ কৰিব এই সাহায্য।

বাজেটত ইতিমধ্যে ধাৰ্য্য কৰা হৈছে পুঁজি।

কেনেকৈ লাভ কৰিব এই ধন সেই সন্দৰ্ভত শীৰ্ঘেই প্ৰকাশ পাব নিৰ্দেশনা।

Leave a Reply

Your email address will not be published. Required fields are marked *