ৰাজ্যত ঘৰ ভাড়া সম্পৰ্কীয় নতুন আইন বলৱৎ।
চুক্তিপত্ৰৰ দ্বাৰাহে ঘৰ ভাড়াত দিব পাৰিব গৰাকীয়ে।
ঘৰ ভাড়াত দিলে জনাব লাগিব চৰকাৰক।
কিমান টকাত ভাড়া দিছে সেই বিষয়েও অৱগত কৰিব লাগিব চৰকাৰক।
চৰকাৰে এটা ইউনিক আইডেণ্টিফিকেচন নাম্বাৰ দিব।
চুক্তিপত্ৰখন আপলোড কৰা হ’ব চৰকাৰী ৱেবছাইটত।
মালিক আৰু ভাড়াতীয়াৰ PAN, আধাৰ নম্বৰ জনাব লাগিব।
লগতে চাওকঃ
বিবাহৰ ৫ মাহৰ পিছত পত্নীক প্ৰাক্তন প্ৰেমিকৰ সৈতে বিবাহ কৰাই দিলে স্বামীয়ে!









