১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব সম্পূৰ্ণ আনলক প্ৰক্ৰিয়াঃ মুখ্যমন্ত্ৰী…

অসমত আনলক প্ৰক্ৰিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য।

১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব সম্পূৰ্ণ আনলক প্ৰক্ৰিয়া।

১ ছেপ্টেম্বৰৰ পিছত ৰাজহুৱা পৰিবহণ খুলি দিয়া হ’ব।

এতিয়াই ৰাজহুৱা পৰিবহণ খুলি দিয়াটো সম্ভৱপৰ নহয়।

এতিয়াও গুৱাহাটীত দৈনিক ২০০ সংক্রমণ হৈ আছে।

ইতিমধ্যে অসমত বহুখিনি শিথিল কৰা হৈছে।

১ ছেপ্টেম্বৰৰ পৰা বাকীখিনিও শিথিল কৰা হ’ব।

গোলাঘাটত সাংবাদিকৰ আগত এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ।

Leave a Comment