সংযুক্ত মুক্তি বাহিনী আলফা (স্বা) সৰ্বোচ্চ কমিটী গঠন, সবিশেষ চাওক…

সংযুক্ত মুক্তি বাহিনী আলফা স্বাধীনৰ সৰ্বোচ্চ কমিটী গঠন।

 সমিটিখনত প্ৰধানতঃ তিনিটা ভাহত ভাগ কৰা হৈছে।

ভাগ তিনিটা হৈছে- উচ্চতম পৰিষদ, উচ্চ পৰিষদ আৰু নিম্ন পৰিষদ।

উচ্চতম পৰিষদৰ দায়িত্বত পৰেশ বৰুৱা। অৰ্থাৎ পুনৰ আৰফা স্বাধীনৰ মুৰব্বীৰ দায়িত্বত পৰেশ বৰুৱা ওৰফে পৰেশ অসম।

তিনিজনেৰে গঠিত উচ্চতম পৰিষদৰ সভাপতি- জেনেৰেল পৰেশ বৰুৱা ,দুই সদস্য ক্ৰমে- লেফটেনেণ্ট জেনেৰেল মাইকেল অসম আৰু মেজৰ জেনেৰেল নয়ন অসম

আনহাতে উচ্চ আৰু নিম্ন পৰিষদৰ দায়িত্বৰ নয়ন অসম।

৪ জনীয়া সদস্যৰে গঠিত উচ্চ পৰিষদৰ সভাপতি- নয়ন অসম, তিনি সদস্য ক্ৰমে- ব্ৰিগেদিয়াৰ এ জেদ শিৰেনাম অসম, ব্ৰিগেদিয়াৰ অৰুণোদয় অসম, ব্ৰিগেদিয়াৰ(Retired) সমীৰণ অসম।

1d1cacc3 0eb3 48a7 9c70 9d1d3ab6d54e

আনহাতে নিম্ন পৰিষদৰ সভাপতি- মেজৰ জেনেৰেল নয়ন অসম, উপ সভাপতি- ব্ৰিগেডিয়াৰ এ জেদ শিৰোনাম অসম, সাধাৰণ সম্পাদক- ব্ৰিগেডিয়াৰ অৰুণোদয় অসম।

সাংগঠনিক সম্পাদকৰ দায়িত্ব- সভাপতি মেজৰ জেনেৰেল নয়ন অসমৰ অধীন।

বিত্ত সম্পাদক- সাধাৰণ সম্পাদক ব্ৰিগেডিয়াৰ অৰুণোদয় অসমৰ অধীন, সাংস্কৃতিক সম্পাদক- ব্ৰিগেদিয়াৰ(Retired) সমীৰণ অসম। যুটীয়া সহকাৰী বিত্ত সম্পাদক- কৰ্ণেল গণেশ অসম আৰু লে. কৰ্ণেল ৰূপম অসম।

008e8341 b05b 4a5e 8600 1f3e97a5a627

সহকাৰী বৈদেশীক সম্পাদক- লে. কৰ্ণেল প্ৰাণময় অসম, সহৰাকী সাংগঠনিক সম্পাদক- লে. তীব্ৰজীৎ অসম, সহকাৰী সাংস্কৃতিক সম্পাদক- মেজৰ দীপাংকৰ অসম, সহকাৰী প্ৰচাৰ সম্পাদক- কেপ্টেইন ৰিজু অসম, কাৰ্যালয় পৰিচালক- কৰ্ণেল সুজিৎ অসম, জ্যেষ্ঠতাৰ ভিত্তিত সামৰিক বিভাগৰ দুগৰাকী বিষয়া।

Leave a Comment