অসম
ভাল খবৰ! ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব গ্ৰন্থমেলা…

ক’ভিডৰ ভয়াৱহতাৰ মাজতে এক ভাল খবৰ।
গুৱাহাটীত অনুষ্ঠিত হ’ব গ্ৰন্থমেলা৷
ক’ভিড পৰিস্থিতিৰ পিছত অনুষ্ঠিত হ’ব গ্ৰন্থমেলা৷
গুৱাহাটী গ্ৰন্থমেলা আৰু উত্তৰ-পূব গ্ৰন্থমেলা একেলগে অনুষ্ঠিত হ’ব৷
প্ৰকাশন পৰিষদ আৰু গ্ৰন্থ বিক্ৰেতা সন্থাৰ দ্বাৰা যৌথভাৱে অনুষ্ঠিত হ’ব এইবাৰৰ গ্ৰন্থমেলা৷
ডিচেম্বৰৰ শেষ সপ্তাহত অনুষ্ঠিত হ’ব এই গ্ৰন্থমেলা।