দুৰ্নীতিৰ অভিযোগত নিলম্বিত হ’ল খণ্ড উন্নয়ন বিষয়া…

কামৰূপৰ গৰৈমাৰী উন্নয়ন খণ্ডৰ BDOক নিলম্বন৷

বিভাগীয় তদন্তৰ ভিত্তিত BDO মনি দেবীক নিলম্বন৷

গৰৈমাৰী উন্নয়ন খণ্ডত ব্যপক দুৰ্নীতিৰ অভিযোগ৷

কিছুদিন পুৰ্বে গৰৈমাৰী উন্নযন খণ্ডত চলিছিল মুখ্যমন্ত্ৰী তদানিন্তন কমিটিৰ অভিযান৷

অভিযানত উন্মোচন হৈছিল ব্যপক অনিয়মৰ তথ্য৷

পঞ্চায়ত আৰু গ্ৰামোন্নয় বিভাগৰ প্ৰধান সচিব Dr J.B. Ekkaই নিলম্বন কৰে গৰৈমাৰীৰ BDO মনি দেবীক।

Leave a Comment