দীপাৱলী উপলক্ষে ৫ নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা কামৰূপ জিলা প্ৰশাসনৰ।
৫ নৱেম্বৰত কামৰূপ জিলাৰ অন্তৰ্গত সকলো চৰকাৰী কাৰ্যালয়, প্ৰতিষ্ঠান, বেংক আদি বন্ধ থাকিব।
অৱশ্যে পৰীক্ষা আৰু জৰুৰীকালীন সেৱাত নিয়োজিতসকলে এই বন্ধৰ সুবিধা নাপাব।

কামৰূপ জিলাৰ উপায়ুক্তই এক নিৰ্দেশনাযোগে এই কথা সদৰি কৰিছে।









