কোকৰাঝাৰত ভয়ংকৰ গুলীয়াগুলীৰ ঘটনা।
ডকাইত আৰু আৰক্ষীৰ মাজত গুলীয়াগুলীৰ ঘটনা।
প্ৰচণ্ড গুলীয়াগুলীত নিহত তিনিজন দুৰ্ধৰ্ষ ডকাইত।
ঘটনাস্থলীৰ পৰা উদ্ধাৰ দুটা পিষ্টল, গেচ কাটাৰ, চিলিণ্ডাৰ।
এলাহাবাদ বেংকৰ পৰা ৮০০ মিটাৰ দূৰত্বত সংঘটিত হৈছে ঘটনাটো
কোকৰাঝাৰৰ ভোটগাঁওস্থিত এলাহাবাদ বেংকত ডকাইতি কৰিবলৈ আহি আৰক্ষীৰ সতে গুলীচালনাত লিপ্ত হোৱা বুলি জানিব পৰা গৈছে।









