অসম

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ নতুন সংযোজন, পৰ্যটকৰ বাবে ভিষ্টাডোম ৰে’ল সেৱা মুকলি…

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ নতুন সংযোজন।

পৰ্যটকৰ বাবে উত্তৰ-পূব সিমান্ত ৰে’লৱেই আৰম্ভ কৰিছে নতুন অত্যাধুনিক ৰে’ল সেৱা।

 উত্তৰ-পূবত প্ৰথমবাৰৰ বাবে আৰম্ভ হোৱাৰ দিশে ভিষ্টাডোম ৰে’ল সেৱা।

গুৱাহাটী আৰু নিউ হাফলং মাজত চলিব এই ভিষ্টাডোম ৰে’ল।

অহা শনিবাৰে গুৱাহাটী ষ্টেচনৰ পৰা চলিব ভিষ্টাডোম ৰে’ল।

প্ৰতি শনিবাৰ আৰু বুধবাৰে পৰ্যটকৰ বাবে চলিব এই বিশেষ ৰে’ল।

পুৱা ৬.৩৫ বজাত হাফলঙলৈ যাত্ৰা আৰম্ভ কৰিব আৰু উভতনি যাত্ৰা আৰম্ভ কৰিব বিয়লি ৫ বজাত।

গুৱহাটী ষ্টেচন পবহি নিশা ১১ বজাত।

WiFi, cctv, অত্যাধুনিক প্ৰস্ৰাৱগাৰ, ডিজিটেল ডিচপ্লেৰ লগতে যাত্ৰীসকলৰ বাবে বিনোদনৰো ব্যৱস্থা ৰখা হৈছে ভিষ্টাডোমত।

ভিষ্টাডোমৰ ভাড়া ৱান ৱেত ১,১৩০ টকা হ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button