আৰক্ষীৰ ভয় দেখুৱাই ধন সংগ্ৰহ কৰি ৰঙাঘৰৰ আলহী হ’ল গৃহৰক্ষী জোৱান…

আৰক্ষীৰ নামত ধন সংগ্ৰহ কৰা গৃহৰক্ষীৰ বিৰুদ্ধে লামডিং আৰক্ষীৰ অভিযান অব্যাহত আছে।

আৰক্ষীৰ নামত ধন সংগ্ৰহ কৰি ৰঙাঘৰৰ আলহী হল লামডিংৰ বিপ্লৱ ৰায় নামৰ এজন গৃহৰক্ষী।

অভিযোগ অনুসৰি বহু দিন ধৰি লামডিঙৰ ব্যৱসায়ী সকলক আৰক্ষীৰ ভয় দেখুৱাই বিপ্লৱ ৰায়ে সংগ্ৰহ কৰিছিল ধন।

বিপ্লৱ ৰায় লগত জড়িত থকা দুজনকৈ গৃহৰক্ষীক যোৱা ১৫ তাৰিখে আৰক্ষীয়ে আটক কৰি জেললৈ প্ৰেৰন কৰিছিল।

বুধবাৰে পুনৰ গৃহৰক্ষী জোৱান বিপ্লৱক আটক কৰিবলৈ সক্ষম হয় লামডিং আৰক্ষী।

Leave a Comment