fbpx
অসমীয়াঅৰুণাচল প্ৰদেশ

অৰুণাচল প্ৰদেশত দুৰ্ঘটনাগ্ৰস্ত সেনাৰ হেলিকপ্টাৰ! ২ পাইলটৰ সন্ধানত অব্যাহত অভিযান…

নিউজ ডেস্কঃ অৰুণাচল প্ৰদেশত দুৰ্ঘটনাগ্ৰস্ত সেনাৰ হেলিকপ্টাৰ।

বৃহস্পতিবাৰে পুৱা বমডিলাৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয় সেনাৰ চিতা হেলিকপ্টাৰখন।

জানিব পৰা মতে, অপাৰেশ্যনেল ছৰ্টী উৰণৰ সময়ত পুৱা প্ৰায় ৯.১৫ বজাত হেলিকপ্টাৰখনে এটিচিৰ সৈতে যোগাযোগ হেৰুৱাই পেলায়।

সেনাই জনোৱা মতে, বমডিলাৰ পশ্চিমৰ মণ্ডলাৰ সমীপত হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাৰ্ পিছত হেলিকপ্টাৰখনৰ দুগৰাকী পাইলটৰ সন্ধানত অভিযান অব্যাহত আছে।

Related Articles

Back to top button