অসমৰ সকলো বিধায়কক অপমান কৰিছে DGP ভাস্কৰজ্যোতি মহন্তইঃ কমলাক্ষ দে পুৰুকায়স্থ

দিশপুৰস্থিত চৰকাৰী আৱাসত কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰুকায়স্থৰ সংবাদমেল।

‘গৰুখুঁটিৰ ঘটনা সন্দৰ্ভত দিলীপ শইকীয়াই কৈছে ৩০০ মানুহ আঘাত হ’ব লাগিছিল।’

‘কিন্তু মুখ্যমন্ত্ৰীয়ে তৃতীয় শক্তি জড়িত থকাৰ উল্লেখ কৰিছে।’

‘মুখ্যমন্ত্ৰী আৰু দিলীপ শইকীয়াৰ মন্তব্য পৃঠক পৃঠক।’

‘কাৰ কথাটো সত্য বুলি প্ৰশ্ন কমলাক্ষ দে পুৰুকায়স্থৰ।’

‘দুদিন আগত DGP ভাস্কৰজ্যোতি মহন্তই কৈছে MLAক চিনি নাপায়।’

‘মোৰ কথা হ’ল মুখ্যমন্ত্ৰী বিধায়ক নহয় নেকি।’

‘যদি MLA একো নহয় যিমান ASSEMBLY কমিটি আছে ভাঙি দিব লাগে।’

‘CM এ কৈছে মোৰ নিৰ্দেশ মতে পুলিছ DC এ কাম কৰিছে।’

‘DGP এ যদি MLA কোন বুলি কয় শাসন ব্যৱস্থা কেনেকৈ চলিব?’

‘MLA কোন বুলি কৈ গোটেই জনতাক অপমান কৰিলে DGPয়ে।’

‘বিধানসভাৰ বাজেটত পুলিচৰ Dress কিনা দৰমহাৰ বাবে বিল পাছ কৰোঁ।’

‘Privilege কমিটীত এই প্ৰসংগত উত্থাপন কৰিব কংগ্ৰেছে।’

‘এনে শাসন ব্যৱস্থা হ’লে পাকিস্তানৰ হ’ব।’

‘MLA কোন বুলি কলে চোন DGP মুখ্যমন্ত্ৰী হ’ব।’

Leave a Comment