fbpx
ৰাষ্ট্ৰীয়

‘The Kashmir Files’ৰ পৰা উপাৰ্জন হোৱা ধন কাশ্মীৰি পণ্ডিতৰ কল্যাণৰ বাবে খৰচ কৰকঃ অৰবিন্দ কেজৰিৱাল

বলিউডৰ বহু চৰ্চিত ছবি The Kashmir Filesক লৈ পুনৰ মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

‘The Kashmir Files’ৰ পৰা উপাৰ্জন হোৱা ধন কাশ্মীৰি পণ্ডিতৰ কল্যাণৰ বাবে খৰচ কৰিবলৈ আহ্বান জানইছে কেজৰিৱালে।

কেজৰিৱালে প্ৰশ্ন উত্থাপন কৰি কয়, ‘যোৱা আঠ বছৰত বিজেপিয়ে এটাও কাশ্মীৰী পণ্ডিতৰ পৰিয়ালক উপত্যকাটোত পুনৰ সংস্থাপন কৰিছে নে?

লগতে বিজেপিয়ে এই বিষয়টোক লৈ ৰাজনীতি কৰি আছে বুলিও মন্তব্য কৰে কেজৰিৱালে।

উল্লেখ্য যে, ছবিখন ইউটিউবত আপলোড কৰিব লাগে বুলিও পৰামৰ্শ প্ৰদান কৰিছিল কেজৰিৱালে।

কাশ্মীৰি পণ্ডিতসকলৰ দুখ-দুৰ্দশাৰ ওপৰত নিৰ্মাণ কৰা হৈছে The Kashmir Files। 

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!