NSCN মুইভা গোটৰ শীৰ্ষ নেতা মনিয়েল এনালৰ মৃত্যু…

NSCN মুইভা গোটৰ শীৰ্ষ নেতা মনিয়েল এনালৰ মৃত্যু।

NSCN মুইভাৰ শীৰ্ষ নেতা তথা নগা আৰ্মীৰ ছেকেণ্ড লেফটেনেন্ট আছিল মনিয়েল এনাল।

ইণ্ডো-ম্যানমাৰ সীমান্তত মৃত্যু হয় NSCN মুইভাৰ নেতা গৰাকীৰ।

শুকুৰবাৰে নিশা বিদ্ৰোহী শিবিৰত মৃত্যু হয় মনিয়েল এনালৰ।

অসুস্থ হৈ পৰাৰ পাছত সাঙিৰে হাস্পতাললৈ নিয়াৰ সময়ত মৃত্যু হয় মনিয়েলৰ।

Leave a Comment