বন্দে ভাৰতৰ খাদ্য খাই অসুস্থ যাত্ৰী; মহিলাৰ অভিযোগক লৈ ৰে’ল বিভাগত তীব্ৰ চাঞ্চল্য
নতুন দিল্লীঃ প্ৰিমিয়াম ৰে’লৰ সেৱা আৰু খাদ্যৰ গুণগত মানক লৈ পুনৰবাৰ উত্থাপন হ’ল এক গুৰুতৰ অভিযোগ। বন্দে ভাৰত এক্সপ্ৰেছত যোগান ধৰা খাদ্য গ্ৰহণ কৰি ৰাঁচীৰ আয়ুষী সিং নামৰ এগৰাকী মহিলা ভয়াৱহ এলাৰ্জীত আক্ৰান্ত হোৱাৰ অভিযোগৰ পাছতে দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মহিলাগৰাকীৰ অভিযোগ অনুসৰি যোৱা ২৭ মাৰ্চত ২২৫০০ নম্বৰৰ বন্দে ভাৰত এক্সপ্ৰেছৰ ই-১ ডবাত যাত্ৰা … Read more