কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী বৈঠকঃ অসমৰ বান পৰিস্থিতিক ‘জটিল’ বুলি ঘোষণা কৰিবলৈ আহ্বান
শুকুৰবাৰে দিল্লীলৈ ৰাওনা হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী শৰ্মা।
Read More