সমনীয়াৰ সৈতে নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল মেধাৱী ছাত্ৰ কুলদ্বীপৰ

এক শোকাৱহ ঘটনা।

সমনীয়াৰ সৈতে নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এগৰাকী মেধাৱী ছাত্ৰৰ।

আই নৈত গা ধুবলৈ গৈ মেধাৱী ছাত্ৰ কুলদ্বীপ ৰায়ৰ সলিলসমাধি।

বঙাইগাঁও জিলাৰ সিদলসতীত সংঘটিত হৈছে এই কৰুণ ঘটনা।

জ্ঞানদ্বীপ জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ আছিল কুলদ্বীপ।

দুই সমনীয়াৰ সৈতে গা ধুবলৈ যাওঁতেই এই অঘটন সংঘটিত হয়।

মৃত কুলদ্বীপৰ বয়স আছিল ১৪ বছৰ।