আলফা (স্বাধীন)এ পুনৰ কেডাৰক মৃত্যুদণ্ডৰে দণ্ডিত কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া DGP ভাস্কৰজ্যোতি মহন্তৰ, ক’লে এই কথা…
নিউজ ডেস্কঃ আলফাৰ চলমান শিৱিৰৰ পৰা পলায়নৰ অপৰাধত গোৱালপাৰাৰ ছাইফুল ইছলাম ওৰফে ৰিহণ অসমক মৃত্যুদণ্ড বিহিলে আলফা স্বাধীনে। আলফা সদস্যজনে
Read More