শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন পাঠ্যক্ৰমৰ পৰীক্ষাৰ দিন সলনি
সলনি হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন পাঠ্যক্ৰমৰ পৰীক্ষাৰ দিন। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি উপলক্ষে অহা ১৫ ছেপ্তেম্বৰত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ দিন সলনি কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ে। শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি উপলক্ষে চৰকাৰী নিৰ্দেশ অনুসৰি দিয়া
Read More