ভয়ংকৰ ঘটনা! মহানগৰীত চলন্ত গাড়ীৰ ওপৰত বাগৰি পৰিল নিৰ্মীয়মাণ উৰণীয়া সেতুৰ লোহা…

মহানগৰীত ভয়ংকৰ ঘটনা।

চলন্ত গাড়ীৰ ওপৰত বাগৰি পৰিল নিৰ্মীয়মাণ উৰণীয়া সেতুৰ লোহা।

মহানগৰীৰ জুৰোডত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।

লোহা পৰি সম্পূৰ্ণৰূপে বিধ্বস্ত হয় বাহনখন।

কথমপি প্ৰাণ ৰক্ষা চালকসহ বাহনখনৰ গৰাকীৰ।

ক্ষতিগ্ৰস্ত ৰাজীৱ বৰুৱা নামৰ লোকজনৰ HONDA CITY বাহন।

লোকনিৰ্মাণ বিভাগ, শ্ৰমিকৰ গাফিলতি বাবে সংঘটিত দুৰ্ঘটনা।

ঘটনা সন্দৰ্ভত গীতানগৰ থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ।

লোকনিৰ্মাণ বিভাগ, উৰণ সেতু নিৰ্মাণ কৰা কোম্পানীৰ বিৰুদ্ধে এজাহাৰ।