দিল্লীত দেশৰ প্ৰথমখন ভাৰ্চুৱেল স্কুল মুকলি মুখ্যমন্ত্ৰী কেজৰিৱালৰ, দেশৰ যিকোনো প্ৰান্তৰ পৰাই কৰিব পাৰিব নামভৰ্তি
নিউজ ডেস্কঃ দেশত প্ৰথমবাৰৰ বাবে মুকলি হ’ল ‘ভাৰ্চুৱেল স্কুল’। বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰা ছাত্ৰ-ছাত্ৰীৰ বাবে বুধবাৰে দিল্লীত দেশৰ প্ৰথমখন ভাৰ্চুৱেল
Read More