কংগ্ৰেছৰ অধ্যক্ষা ছোনীয়া গান্ধীৰ মাতৃ পাওলা মাইনোৰ দেহাসৱান

নিউজ ডেস্কঃ কংগ্ৰেছৰ অধ্যক্ষা ছোনীয়া গান্ধীৰ মাতৃ পাওলা মাইনোৱে শনিবাৰে ইটালীত শেষ নিশ্বাস ত্যাগ কৰে।

photo1661947712
কংগ্ৰেছৰ অধ্যক্ষা ছোনীয়া গান্ধীৰ মাতৃ পাওলা মাইনোৰ দেহাসৱান 3

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে টুইটাৰত তেওঁৰ ছোনীয়া গান্ধীৰ মাতৃৰ বিয়োগৰ বিষয়ে জানিবলৈ দি কয়, ‘ছোনিয়া গান্ধীৰ মাতৃ পাওলা মাইনোৰ ইটালীৰ নিজ বাসগৃহত ২৭ আগষ্ট, শনিবাৰে মৃত্যু হয়। তেওঁৰ কালি শেষকৃত্য সম্পন্ন হয়।’

photo1661947884
কংগ্ৰেছৰ অধ্যক্ষা ছোনীয়া গান্ধীৰ মাতৃ পাওলা মাইনোৰ দেহাসৱান 4

ছোনীয়া গান্ধীৰ মাতৃৰ বিয়োগৰ খবৰ লাভ কৰাৰ পিছতে কেইবাগৰাকীও কংগ্ৰেছ নেতাই টুইটযোগে অধ্যক্ষগৰাকীক সমবেদনা জ্ঞাপন কৰে।