ASSAM

ASSAM

ভয়ংকৰ অগ্নিকাণ্ড! জুইত জাহ গ’ল ২০০ৰো অধিক বাসগৃহ, কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান…

নিউজ ডেক্সঃ এক ভয়ংকৰ অগ্নিকাণ্ড৷ জুইত জাহ গ’ল ২০০ৰো অধিক বাসগৃহ, কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান৷ লাহৰিজানত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড।

Read More