Action Mode ত কামৰূপৰ উপায়ুক্ত কীৰ্তি জল্লী।
শিক্ষকৰ দৰমহা স্থগিত কৰাৰ নিৰ্দেশ উপায়ুক্ত গৰাকীৰ।
দক্ষিণ কামৰূপৰ সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিৰ্শন কৰি এমাহৰ বাবে দৰমহা স্থগিত কৰাৰ নিৰ্দেশ জিলা উপায়ুক্তৰ।

শিক্ষকতাত অনিয়মৰ অভিযোগত অন কেমেৰা দৰমহা স্থগিত কৰাৰ নিৰ্দেশ উপায়ুক্ত গৰাকীৰ।
আনকি জিলা উপায়ুক্ত কীৰ্তি জল্লিয়ে অন কেমেৰা শিক্ষকক ট্ৰেন্সফাৰ কৰাৰো সকীয়নি দিয়ে।
এমাহৰ পিছত তদন্ত কৰিহে দৰমহা দিয়াৰ কথা চিন্তা কৰিব বুলি কয় উপায়ুক্তগৰাকীয়ে।









