সাৱধান! ভাৰতৰ দুটা কফ ছীৰাপক লৈ বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণী, শিশুৰ বাবে অনুপযোগী ঘোষণা…

ভাৰতৰ দুটা কফ ছীৰাপক লৈ সতৰ্কবাণী জাৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।

শিশুৰ বাবে দুয়োবিধ ঔষধ ব্যৱহাৰৰ অনুপযোগী ঘোষণা কৰিছে সংস্থাটোৱে।

ইয়াৰ ভিতৰত এবিধ ঔষধ হৈছে AOK-1 MAKC SYRUP।

আনহাতে আনবিধ ঔষধ হৈছে DOK-1 Max SYRUP।

নিৰ্মাতা উত্তৰপ্ৰদেশৰ MARION BIOTECH।

কফ ছীৰাপ দুটাত অতিৰিক্ত বিষাক্ত পদাৰ্থ থকা বুলি উল্লেখ WHOৰ।

উজবেকিস্তানত ১৯টা শিশুৰ মৃত্যুৰ পাছতে এই তথ্য প্ৰকাশ WHOৰ।

উল্লেখ্য যে, দুয়োবিধ ঔষধৰ বাবেই শিশুৰ মৃত্যুৰ অভিযোগ উত্থাপন হৈছিল।