অসমীয়াঅসম উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ সময়সূচী ঘোষণা… January 28, 2023 NEWS DESK নিউজ ডেস্কঃ ২০২৩ চনৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ সময়সূচী ঘোষণা।অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰে পৰীক্ষাৰ সময়সূচী।অহা ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব প্ৰথম বৰ্ষৰ পৰীক্ষা।পৰীক্ষাৰ অন্ত পৰিব ৩১ মাৰ্চ, ২০২৩ত।Related storiesদিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বাৰ্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে October 21, 2026আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল October 16, 2026ৰাছিয়া-ইউক্ৰেইন যুদ্ধত নিহত ৫১ জন ভাৰতীয়ৰ পৰিয়াললৈ ক্ষতিপূৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা October 16, 2026নিশাৰ অন্ধকাৰতো পণ্যৰ দৰে বিক্ৰী হ'ব সূৰ্যৰ কিৰণ! ভাৰতীয় ৰকেটৰ সহায়ত মহাকাশত অভিলাষী প্ৰকল্প আমেৰিকান ষ্টাৰ্টআপৰ October 16, 2026আজিৰ দিনটোৰ ৰাশিফল October 15, 2026স্বামীৰ ওপৰত খং কৰি কুঁৱাত জাঁপ পত্নীৰ! গাঁওবাসীৰ সন্মুখত হাতযোৰ কৰি ক্ষমা বিচৰাৰ পিছতহে ওলাই আহিল বাহিৰলৈ October 15, 2026