অসমীয়াঅসম

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ সময়সূচী ঘোষণা…

নিউজ ডেস্কঃ ২০২৩ চনৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ সময়সূচী ঘোষণা।

অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰে পৰীক্ষাৰ সময়সূচী।

image 89

অহা ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব প্ৰথম বৰ্ষৰ পৰীক্ষা।

পৰীক্ষাৰ অন্ত পৰিব ৩১ মাৰ্চ, ২০২৩ত।