জনপ্ৰিয় বাংলা অভিনেত্ৰী ঐন্দ্ৰিলা শৰ্মা আৰু নাই! ২৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ…

জনপ্ৰিয় বাঙালী অভিনেত্ৰী ঐন্দ্ৰিলা শৰ্মা আৰু নাই।

দেওবাৰে কলকাতাত মাত্ৰ ২৪ বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ কৰে অভিনেত্ৰীগৰাকীয়ে।

image 138
জনপ্ৰিয় বাংলা অভিনেত্ৰী ঐন্দ্ৰিলা শৰ্মা আৰু নাই! ২৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ... 4

কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা অভিনেত্ৰীগৰাকীয়ে শেহতীয়াভাৱে হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।

image 137
জনপ্ৰিয় বাংলা অভিনেত্ৰী ঐন্দ্ৰিলা শৰ্মা আৰু নাই! ২৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ... 5

অৱশেষত নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে অভিনেত্ৰীগৰাকীয়ে।

১ নৱেম্বৰত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

image 139
জনপ্ৰিয় বাংলা অভিনেত্ৰী ঐন্দ্ৰিলা শৰ্মা আৰু নাই! ২৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ... 6

ঐন্দ্ৰিলা শৰ্মাই বহুকেইখন বাংলা ছবিত অভিনয় কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

তেওঁ অভিনয় কৰা দুখন জনপ্ৰিয় ছবি হৈছে- আমি দিদি নম্বৰ ৱান’ আৰু ‘লাভ কেফে’।