২০২২ বৰ্ষৰ সাহিত্যৰ ন’বেল বঁটা ঘোষণা।
ফৰাচী লেখিকা এনি এৰ্নক্সলৈ সাহিত্যৰ ন’বেল বঁটা।
ন’বেল বঁটা সমিতিয়ে এনি এৰনাক্সৰ নাম ঘোষণা কৰিছে।
এনি এৰ্নক্সই ফৰাচীকে ধৰি ইংৰাজীত বহুতো উপন্যাস, নাটক আৰু প্ৰবন্ধ লগতে তেওঁ বহুতো চলচ্চিত্ৰৰ কাহিনীও লিখিছে।
৮২ বছৰীয়া এনিক তেখেতৰ সাহস আৰু লাক্ষণিক তীক্ষ্ণতাৰে ব্যক্তিগত স্মৃতিক, ব্যৱস্থা আৰু সামূহিক সীমাবদ্ধতাৰ ওপৰত আলোকপাত কৰা লিখনিৰ বাবে এই সন্মান প্ৰদান কৰা হৈছে।
BREAKING NEWS:
— The Nobel Prize (@NobelPrize) October 6, 2022
The 2022 #NobelPrize in Literature is awarded to the French author Annie Ernaux “for the courage and clinical acuity with which she uncovers the roots, estrangements and collective restraints of personal memory.” pic.twitter.com/D9yAvki1LL
এনিৰ জন্ম ১৯৪০ চনত হৈছিল। এনি এৰ্নক্সৰ বিখ্যাত ৰচনাসমূহৰ ভিতৰত আছে ডু ডেহৰ্ছ আলোচনী, লা ভি এক্সট্ৰিউৰ কিতাপ।
এই কিতাপবোৰত, এনিয়ে তেওঁৰ শৈশৱৰ প্ৰবন্ধবোৰ অন্তৰ্ভুক্ত কৰিছে।









