ভাল খবৰ! কমনৱেলথ গেমছলৈ যোগ্যতা অৰ্জন হিমা দাসৰ… July 20, 2022 by NEWS DESKৰাজ্যবাসীলৈ এক ভাল খবৰ।কমনৱেলথ গেমছলৈ যোগ্যতা অৰ্জন ধিং এক্সপ্ৰেছ হিমা দাসৰ।নাৰীৰ ২০০ মিটাৰ দৌৰত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ যোগ্যতা অৰ্জন কৰিলে হিমা দাসে৷লগতে ৪X১০০ মিঃ ৰীলেতো প্ৰতিদ্বন্দ্বিতা কৰিব হিমাই।বাৰ্মিংহামত অনুষ্ঠিত হ’ব কমনৱেল্থ গেমছ।Related Posts:ব’হাগৰ বতৰত দুঃখবৰ! বিহু গাই ওভতাৰ পথতে মৃত্যুক…দুই কণমানি কন্যাক নৃশংসভাৱে হত্যা! পাষাণ মাতৃক…ছিংগাপুৰৰ ক'ৰনাৰ আদালতৰ চূড়ান্ত ৰায়দান; প্ৰাণৰ…মোদী-শ্বাহৰ মেগা নিৰ্বাচনী প্ৰচাৰ; অসমৰ বাবে বিজেপিৰ…আকাশত বিধ্বংসী অগ্নিকাণ্ড; প্ৰশিক্ষণৰ মাজতে কাৰ্বি…দেশ মাতৃৰ সেৱাৰ সুৱৰ্ণ সুযোগঃ অসমৰ যুৱকৰ বাবে…কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত এয়া কি আচৰণ ভূপেন বৰা,…মহানগৰীত মহিলা অভিযন্তাৰ নৃশংস কাণ্ড! বক্স পালেঙৰ…বিপদ বাঢ়িব পাৰে হিমন্ত বিশ্ব শৰ্মাৰ! মুখ্যমন্ত্ৰীৰ…টিউচন শেষ কৰি বন্ধুৰ সৈতে ওলাই গৈছিল নিহা; নিশাৰ…