ভাল খবৰ! কমনৱেলথ গেমছলৈ যোগ্যতা অৰ্জন হিমা দাসৰ…

ৰাজ্যবাসীলৈ এক ভাল খবৰ।

কমনৱেলথ গেমছলৈ যোগ্যতা অৰ্জন ধিং এক্সপ্ৰেছ হিমা দাসৰ।

নাৰীৰ ২০০ মিটাৰ দৌৰত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ যোগ্যতা অৰ্জন কৰিলে হিমা দাসে৷

লগতে ৪X১০০ মিঃ ৰীলেতো প্ৰতিদ্বন্দ্বিতা কৰিব হিমাই।

বাৰ্মিংহামত অনুষ্ঠিত হ’ব কমনৱেল্থ গেমছ।