নিউজ ডেস্ক। ব’হাগ বিহুক লৈ উলহ-মালহ সমগ্ৰ ৰাজ্যত।
চৌদিশে ঢােল-পেঁপাৰ মাতত ৰজনজনাইছে ৰাজ্যৰ আকাশ-বতাহ।
তাৰ মাজতে নিজৰ কৰ্মব্যস্ততাকাে নেওচি কৰ্তব্যস্থলীতে বিহু উদযাপন কৰিছে বিভিন্নজনে।
ব্যতিক্ৰমী দৃশ্য! জাতীয় সাজ-পােছাকত কৰ্তব্য সম্পাদন পেট্ৰ’ল ডিপােৰ কৰ্মচাৰীৰ... 9বিশেষকৈ গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলত থকা ভাৰতীয় তেল নিগমৰ তেল ডিপােত দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য।
ব্যতিক্ৰমী দৃশ্য! জাতীয় সাজ-পােছাকত কৰ্তব্য সম্পাদন পেট্ৰ’ল ডিপােৰ কৰ্মচাৰীৰ... 10জাতীয় সাজ-পােছাক পিন্ধি নিজৰ দায়িত্ব সম্পাদন কৰিলে তেল ডিপােত কৰ্মৰত পুৰুষ-মহিলা কৰ্মচাৰীসকলে।
ব্যতিক্ৰমী দৃশ্য! জাতীয় সাজ-পােছাকত কৰ্তব্য সম্পাদন পেট্ৰ’ল ডিপােৰ কৰ্মচাৰীৰ... 11কেৱল গুৱাহাটী মহানগৰীতে নহয়, গােৱালপাৰা, ধুবুৰী, বঙাইগাঁও, কামৰূপৰ লগতে ৰাজ্যৰ অন্যান্য জিলাসমূহতাে এনে দৃশ্য প্ৰত্যক্ষ কৰা হয়।
চাওক তেনে কিছুমান দৃশ্যঃ
ব্যতিক্ৰমী দৃশ্য! জাতীয় সাজ-পােছাকত কৰ্তব্য সম্পাদন পেট্ৰ’ল ডিপােৰ কৰ্মচাৰীৰ... 12
ব্যতিক্ৰমী দৃশ্য! জাতীয় সাজ-পােছাকত কৰ্তব্য সম্পাদন পেট্ৰ’ল ডিপােৰ কৰ্মচাৰীৰ... 13
ব্যতিক্ৰমী দৃশ্য! জাতীয় সাজ-পােছাকত কৰ্তব্য সম্পাদন পেট্ৰ’ল ডিপােৰ কৰ্মচাৰীৰ... 14
ব্যতিক্ৰমী দৃশ্য! জাতীয় সাজ-পােছাকত কৰ্তব্য সম্পাদন পেট্ৰ’ল ডিপােৰ কৰ্মচাৰীৰ... 15
ব্যতিক্ৰমী দৃশ্য! জাতীয় সাজ-পােছাকত কৰ্তব্য সম্পাদন পেট্ৰ’ল ডিপােৰ কৰ্মচাৰীৰ... 16