ব্যতিক্ৰমী দৃশ্য! জাতীয় সাজ-পােছাকত কৰ্তব্য সম্পাদন পেট্ৰ’ল ডিপােৰ কৰ্মচাৰীৰ…

নিউজ ডেস্ক। ব’হাগ বিহুক লৈ উলহ-মালহ সমগ্ৰ ৰাজ্যত।

চৌদিশে ঢােল-পেঁপাৰ মাতত ৰজনজনাইছে ৰাজ্যৰ আকাশ-বতাহ।

তাৰ মাজতে নিজৰ কৰ্মব্যস্ততাকাে নেওচি কৰ্তব্যস্থলীতে বিহু উদযাপন কৰিছে বিভিন্নজনে।

1 9
ব্যতিক্ৰমী দৃশ্য! জাতীয় সাজ-পােছাকত কৰ্তব্য সম্পাদন পেট্ৰ’ল ডিপােৰ কৰ্মচাৰীৰ... 9

বিশেষকৈ গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলত থকা ভাৰতীয় তেল নিগমৰ তেল ডিপােত দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য।

3 3
ব্যতিক্ৰমী দৃশ্য! জাতীয় সাজ-পােছাকত কৰ্তব্য সম্পাদন পেট্ৰ’ল ডিপােৰ কৰ্মচাৰীৰ... 10

জাতীয় সাজ-পােছাক পিন্ধি নিজৰ দায়িত্ব সম্পাদন কৰিলে তেল ডিপােত কৰ্মৰত পুৰুষ-মহিলা কৰ্মচাৰীসকলে।

4
ব্যতিক্ৰমী দৃশ্য! জাতীয় সাজ-পােছাকত কৰ্তব্য সম্পাদন পেট্ৰ’ল ডিপােৰ কৰ্মচাৰীৰ... 11

কেৱল গুৱাহাটী মহানগৰীতে নহয়, গােৱালপাৰা, ধুবুৰী, বঙাইগাঁও, কামৰূপৰ লগতে ৰাজ্যৰ অন্যান্য জিলাসমূহতাে এনে দৃশ্য প্ৰত্যক্ষ কৰা হয়।

চাওক তেনে কিছুমান দৃশ্যঃ

5
ব্যতিক্ৰমী দৃশ্য! জাতীয় সাজ-পােছাকত কৰ্তব্য সম্পাদন পেট্ৰ’ল ডিপােৰ কৰ্মচাৰীৰ... 12

6
ব্যতিক্ৰমী দৃশ্য! জাতীয় সাজ-পােছাকত কৰ্তব্য সম্পাদন পেট্ৰ’ল ডিপােৰ কৰ্মচাৰীৰ... 13

p1 11
ব্যতিক্ৰমী দৃশ্য! জাতীয় সাজ-পােছাকত কৰ্তব্য সম্পাদন পেট্ৰ’ল ডিপােৰ কৰ্মচাৰীৰ... 14

p2 8
ব্যতিক্ৰমী দৃশ্য! জাতীয় সাজ-পােছাকত কৰ্তব্য সম্পাদন পেট্ৰ’ল ডিপােৰ কৰ্মচাৰীৰ... 15

p3 7
ব্যতিক্ৰমী দৃশ্য! জাতীয় সাজ-পােছাকত কৰ্তব্য সম্পাদন পেট্ৰ’ল ডিপােৰ কৰ্মচাৰীৰ... 16

Leave a Comment