ৰাষ্ট্ৰীয়

দুৰ্ঘটনাত পতিত বলিউদ মোহময়ী অভিনেত্ৰী মালাইকা আৰোৰা, হাস্পতালত ভৰ্তি…

দুৰ্ঘটনাত পতিত বলিউদ মোহময়ী অভিনেত্ৰী মালাইকা আৰোৰা।

দুৰ্ঘটনাৰ পিছতে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় মোহময়ী মালাইকাক।

মুম্বাইৰ এপোলো চিকিৎসালয়লৈ লৈ যোৱা হৈছিল মালাইকাক।

428

জানিব পৰা অনুসৰি তেওঁৰ গাড়ীখন এক্সপ্ৰেছৱেৰ খোপলিত দুৰ্ঘটনাত পতিত হৈছিল।

ঘটনাক লৈ আৰক্ষীয়ে এখন এজাহাৰ পঞ্জীয়ন কৰিব আৰু দুৰ্ঘটনাটোৰ তদন্ত কৰিব বুলি জানিব পৰা গৈছে।

Image

খোপলি আৰক্ষীৰ মতে, মডেলগৰাকী সামান্য আঘাতপ্ৰাপ্ত হৈছিল।

দুৰ্ঘটনাটোৰ পিছত তেওঁক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

হাস্পতালত CT scan কৰা হয় মালাইকাৰ মূৰৰ। কপালত কিছু আঘাত পাইছিল অভিনেত্ৰীগৰাকীয়ে।

CT scan ৰিপোৰ্টত চিন্তা কৰিবৱগীয়া কোনো ধৰণৰ আঘাত ধৰা পৰা নাই।

অৱশ্যে দুৰ্ঘটনা সন্দৰ্ভত এতিয়ালৈকে, অভিনেত্ৰীগৰাকীৰ পৰা কোনো বিবৃতি পোৱা হোৱা নাই। 

জানিব পৰা মতে, অভিনেত্ৰীগৰাকীক আজি বিয়লি হাস্পতালৰ পৰা ঘৰলৈ যাব দিব পাৰে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

horoscope

Leave a Reply

Your email address will not be published. Required fields are marked *