দুৰ্নীতিৰ অভিযোগত জিলা পৰিবহন কাৰ্যালয়ৰ কনিষ্ঠ সহকাৰী বিষয়াক নিলম্বন

নিউজ ডেস্ক। দুৰ্নীতিৰ অভিযোগত নিলম্বন কৰা হৈছে ধেমাজি জিলা পৰিবহন কাৰ্যালয়ৰ এজন কনিষ্ঠ সহকাৰী বিষয়াক।

ড্ৰাইভিং লাইচেন্সৰৰ নামত উৎকোচ লোৱাৰ অভিযোগত শনিবাৰে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ নিলম্বন কৰা হয় কনিষ্ঠ সহকাৰী বিষয়া ললিত চন্দ্ৰ বৰুৱাক।

1 2
দুৰ্নীতিৰ অভিযোগত জিলা পৰিবহন কাৰ্যালয়ৰ কনিষ্ঠ সহকাৰী বিষয়াক নিলম্বন 4

অসম চৰকাৰৰ অধীনৰ পৰিবহন আয়ুক্তই নিলম্বন কৰে দুৰ্নীতিগ্ৰস্ত বিষয়াজনক।

এক চৰকাৰী জাননীত উল্লেখ কৰা মতে, ললিত চন্দ্ৰ বৰুৱাক অসম সেৱা (অনুশাসন আৰু আপীল) নিয়ম, ১৯৬৪-ৰ নিয়ম ৬(১) (ক)ৰ অধীনত নিলম্বিত কৰা হৈছে।

9
দুৰ্নীতিৰ অভিযোগত জিলা পৰিবহন কাৰ্যালয়ৰ কনিষ্ঠ সহকাৰী বিষয়াক নিলম্বন 5

উল্লেখ্য যে, চালকৰ অনুজ্ঞাপত্ৰ জাৰী কৰাৰ নামত ৰাজ্যৰ বিভিন্ন জিলা পৰিবহন কাৰ্যালয়ত সংঘটিত হৈ আহিছে দুৰ্নীতি।

শেহতীয়াকৈ এনে দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কঠোৰ হৈছে প্ৰশাসন।

লগতে চাওকঃ

শােৱাপাটীৰ পৰা অপহৰণ ৬ মহীয়া নিষ্পাপ শিশুক, নৈৰ পাৰত উদ্ধাৰ মৃতদেহ

G4
দুৰ্নীতিৰ অভিযোগত জিলা পৰিবহন কাৰ্যালয়ৰ কনিষ্ঠ সহকাৰী বিষয়াক নিলম্বন 6

Leave a Comment