NE

শোকাৱহ! তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতে নিহত অষ্টম শ্ৰেণীৰ ছাত্ৰ…

এক শোকাৱহ ঘটনা।

তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতে নিহত এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ।

দৰঙৰ ছিপাঝাৰৰ কদমতলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ঘটনা।

চাইকেলেৰে গৈ থাকোঁতেই তীব্ৰবেগী বাহনে মহতিয়াই নিলে অষ্টম শ্ৰেণীৰ ছাত্ৰ দ্বীপজ্যেতি হাজৰিকাক।

থিতাতে নিহত ছাত্ৰ গৰাকী দক্ষিন চুবুৰী গাঁৱৰ।

উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত কৰি গাড়ী খনৰ মংগলদৈ অভিমুখে পলায়ন কৰে।

দ্বীপজ্যেতি হাজৰিকাক মৃত্যুত অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *