ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, ৩ শতাংশ মৰগীয়া বানচ বৃদ্ধি…

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ।

ৰাজ্যিক কৰ্মচাৰীসকলৰ মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধি।

সোমবাৰে চৰকাৰী কৰ্মচাৰী, পেঞ্চনভোগী, ফেমিলী পেঞ্চন হোল্ডাৰ, এক্সট্ৰাঅৰ্ডিনেৰী পেঞ্চন হোল্ডাৰসকলক ৩ শতাংশ বৃদ্ধিৰ সৈতে ডিএ, ডিআৰ প্ৰদান মঞ্জুৰি প্ৰদান কৰিছে চৰকাৰে।

সংশোধিত নিৰিখ ১ জানুৱাৰী ২০২২ৰ পৰা কাৰ্যকৰী হ’ব।

625
ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, ৩ শতাংশ মৰগীয়া বানচ বৃদ্ধি... 3

কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলে বেছিক পে’-বেছিক পেঞ্চনৰ ৩৪ শতাংশ হাৰত ডিএ–ডিআৰ লাভ কৰিব।

এই নিৰ্দেশনা সেইসকল কৰ্মচাৰীৰ বাবে কাৰ্যকৰী হ’ব যিসকলক ৪ এপ্ৰিল ২০১৬ৰ পৰা সংশোধিত পে স্কেললৈ অনা হৈছিল আৰু যিসকলক ১ এপ্ৰিল ২০১৬ৰ পূৰ্বে প্ৰচলিত পে’ স্কেল ধৰি ৰখাৰ বাবে নিৰ্বাচিত হৈছিল।

এই বকেয়া ধন কৰ্মচাৰীসকলৰ বেংক একাউণ্টত এটা কিস্তিত প্ৰদান কৰা হ’ব।

লগতে চাওকঃ

এইবাৰ JCB ৰে ২৭ লাখ টকাসহ ATM উঠাই নিলে চােৰে! সামাজিক মাধ্যমত ভাইৰেল আজব চুৰিকাণ্ড

G6 6
ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, ৩ শতাংশ মৰগীয়া বানচ বৃদ্ধি... 4

Leave a Comment