ৰাজ্যৰ বান, খহনীয়া ৰোধৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা…

ৰাজ্যৰ প্ৰধান সমস্যা হৈছে বান-গড়াখহনীয়া সমস্যা।

বান, খহনীয়া ৰোধৰ বাবে এইবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা।

বান, খহনীয়া ৰোধৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়।

গুৱাহাটী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে এই সম্পৰ্কে জাৰি কৰিছে নিৰ্দেশনা।

এক ৰাজহুৱা শুনানি গ্ৰহণ কৰি এই নিৰ্দেশনা জাৰি কৰে উচ্চ ন্যায়ালয়ে।

খহনীয়া ৰোধৰ বাবে বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলিও মন্তব্য উচ্চ ন্যায়ালয়ৰ।