অসম

অঘটন! থানাৰ ভিতৰতে নিজৰ চাৰ্ভিছ ৰিভলভাৰেৰে মূৰত গুলিয়ালে এগৰাকী উপ-পৰিদৰ্শকে

নিউজ ডেস্ক। শিলচৰ সদৰ থানাত অঘটন।

কৰ্তব্যৰত অৱস্থাতে নিজৰ চাৰ্ভিছ ৰিভলভাৰেৰে মূৰত গুলিয়ালে এগৰাকী উপ-পৰিদৰ্শকে।

সোমবাৰে বিয়লি শিলচৰ সদৰ থানাত সংঘটিত হয় এই ঘটনা।

p1 17

থানাৰ ভিতৰতে নিজেই নিজৰ মূৰত গুলিয়াই জীৱন শেষ কৰি পেলাই সহকাৰী উপ-পৰিদৰ্শক (ASI)ৰ এই চৰম সিদ্ধান্ত।

1 11 edited

এই চৰম সিদ্ধান্ত লোৱা আৰক্ষী বিষয়া গৰাকী হৈছে গৌৰ বিধু সিঙ।

ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত উপস্থিত আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰ।

নিজৰ বহা আসনতে বহি এই অনাকংক্ষিত ঘটনাটো সংঘটিত কৰে আৰক্ষী বিষয়াগৰাকীয়ে।

অঘটন- ৰাজ্যৰ এখন থানাৰ ভিতৰতে আৰক্ষী বিষয়াই মূৰত গুলিয়ালে

অৱশ্যে আৰক্ষী বিষয়াগৰাকীয়ে কিয় এই চৰম সিদ্ধান্ত ল’লে সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।

বৰ্তমানে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

লগতে চাওকঃ

আপােনাৰ সাপ্তাহিক ৰাশিফল

horoscope

Leave a Reply

Your email address will not be published. Required fields are marked *