অসম

ৰাজ্যসভাৰ সাংসদ হিচাপে অসমীয়া ভাষাতে শপত ল’লে পৱিত্ৰ মাৰ্ঘেৰিটাই, আনজনে ল’লে বড়াে ভাষাত…

ৰাজ্যসভাৰ সাংসদ হিচাপে শপত ল’লে অসমৰ দুই নৱ নিৰ্বাচিত সাংসদে।

ৰাজ্যসভাৰ মজিয়াত অসমীয়া ভাষাতে শপত ল’লে বিজেপিৰ পৱিত্ৰ মাৰ্ঘেৰিটাই।

আনহাতে, ৰাজ্যসভাত বড়োভাষাত শপতগ্ৰহণ কৰিলে নৱনিৰ্বাচিত সাংসদ ৰণগৌড়া নাৰ্জাৰীৰ।

অসমৰ লগতে, নাগালেণ্ডৰ একমাত্ৰ সাংসদগৰাকীয়েও শপত গ্ৰহণ কৰে।

image 5

অসমৰ বিজেপি আৰু সহযোগী দল ইউপিপিএলৰ প্ৰাৰ্থী পাবিত্ৰ মাৰ্ঘেৰিটা, ৰৌণগৌৰা নাৰ্জাৰীৰ লগতে নাগালেণ্ডৰ বিজেপিৰ প্ৰাৰ্থী এছ ফাংনন কোনিয়াকেও উচ্চ সদনত সংসদ সদস্য হিচাপে শপত গ্ৰহণ কৰে।

উল্লেখ্য যে, ৩১ মাৰ্চত অনুষ্ঠিত হোৱা ৰাজ্যসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে অসমৰ দুয়োখন আসনে দখল কৰিবলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *