অসম

ৰাজ্যত পুনৰ গজৰাজৰ মৃত্যু, নিশা ৰে’লৰ খুন্দাত মৃত্যু বন্যহস্তীৰ পোৱালিৰ…

মৰিয়নিত পুৱতি নিশা ৰে’লৰ খুন্দাত নিহত হয় এটা বন্যহস্তী।

উজনিমুৱা ৰাজধানী এস্কপ্ৰেছৰ খুন্দাত নিহত হয় বন্যহস্তীৰ পোৱালিটো।

মৰিয়নিৰ নকচাৰী ভেলুগুৰি ৯৫ নং গেটৰ ৰেলপথত সংঘটিত হৈছে এই ঘটনা।

উক্ত স্থানত পূৰ্বেও বন্যহস্তীৰ মৃত্যু হৈছিল ৰেলৰ খুণ্ডাত।

জানিব পৰা মতে কেইবাদিন ধৰি উক্ত স্থানত কেইবাটাও বন্যহস্তী বিচৰণ কৰি আছিল।

গিৱন আভয়ৰণ্যৰ পৰা খাদ্যৰ সন্ধানত প্ৰায় ওলাই আহে হাতীৰ জাক।

বন বিভাগৰ গাফিলতিৰ বাবেই এনেদৰে বন্যহস্তীৰ মৃত্যুত উদ্বেগ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *