অসম

আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত বিদ্ৰোহী সংগঠন KDLFৰ সেনাধ্যক্ষ…

কাৰ্বিআংলং জিলাৰ ৰংমংৱেত আৰক্ষী আৰু নৱগঠিত উগ্ৰপন্থী সংগঠন কে ডি এল এফৰ সংঘৰ্ষ।

আৰক্ষীৰে হোৱা সংঘৰ্ষত নৱগঠিত বিদ্ৰোহী সংগঠন কে ডি এল এফৰ সেনাধ্যক্ষ জেকচন ৰংহাঙৰ মৃত্যু।

নিহত ৰংহাঙৰ পৰা আৰক্ষীয়ে উদ্ধাৰ এটা পইণ্ট ২২ পিষ্টল, এটা মেগজিন, KDLF ৰ পেড আৰু টকাৰ ৰচিড।

জেকচন ৰংহাঙে যোৱা ১০ ডিছেম্বৰত চন্দন দে’ নামৰ এগৰাকী পকা মিস্ত্ৰীক অপহৰণ কছিল।

মিস্ত্ৰীজনক অপহৰণ কৰি ঠিকাদাৰৰ পৰা ধন দাবী কৰিছিল জেকচনে৷

অপহৃত মিস্ত্ৰী গৰাকীক ১৩ ডিছেম্বৰত উদ্ধাৰ কৰিছিল আৰক্ষীয়ে৷

Leave a Reply

Your email address will not be published. Required fields are marked *