অসমঅসমীয়া

৪ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ‘নিয়োগ মেলা’ বাতিল…

৪ জানুৱাৰীত অনুষ্ঠিত হ’ব লগীয়া ‘নিয়োগ মেলা’ বাতিল।

অনিবাৰ্য কাৰণবশতঃ বাতিল কৰা হৈছে ‘নিয়োগ মেলা’।

ৰিহাবাৰীস্থিত জিলা নিয়োগ বিনিময় কাৰ্যালয়ে প্ৰকাশ কৰিছে এই কথা।

৪ জানুৱাৰীত অনুষ্ঠিত হ’ব লগা আছিল ‘নিয়োগ মেলা’।

‘নেশ্বনেল কেৰিয়াৰ চাৰ্ভিচ প্ৰজেক্ট’তে অনুষ্ঠিত কৰাৰ কথা আছিল ‘নিয়োগ মেলা’।

উল্লেখ্য যে কিছুদিন পূৰ্বে হৈ যোৱা নিয়োগ মেলাক লৈ ৰাজ্যত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া।

লগতে চাওকঃ

ফ’ৰ্বছৰ হিন্দী ছবিজগতৰ অসামান্য অভিনেতাৰ তালিকাত স্থান লাভ আদিল হুছেইনৰ

Leave a Reply

Your email address will not be published. Required fields are marked *