অসম

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দাওদাওকৈ জ্বলি উঠিল এখন চিমেণ্ট ভৰ্তি ট্ৰাক…

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ অগ্নিকাণ্ড।

যোৰাবাটত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দাওদাওকৈ জ্বলি উঠিল এখন চিমেণ্ট ভৰ্তি ট্ৰাক।

জাগীৰোডৰ পৰা চাংচাৰী অভিমুখী আছিল ট্ৰাকখন।

ট্ৰাকখনৰ নম্বৰ হৈছে AS 01NC 7841.

জানিব পৰা মতে, শ্বট চাৰ্কিটৰ ফলতে অগ্নি সংযোগ হৈছিল ট্ৰাক খনত।

যোৰাবাট যান বাহন আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপন হয় যদিও ট্ৰাক খনৰ প্ৰায়সংখ্যক ভাগ জুইত জাহ যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *