অসম

পুনৰ আহি আছে যতীন বৰাৰ এখন নতুন চিনেমা, ‘ৰত্নাকৰ’ৰ পিছত এইবাৰ কি..?

পুনৰ আহি আছে অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেতা যতীন বৰাৰ এখন নতুন চিনেমা।

JB প্ৰডাকচনৰ বেনাৰত যতীন বৰাৰ এইখন হ’ব দ্বিতীয়খন ছবি।

তেওঁলোকৰ প্ৰথমখন চিনেমা আছিল ৰত্নাকৰ।

নতুন চিনেমাখনৰ নামৰ কথাও অৱগত কৰিলে অভিনেতাগৰাকীয়ে। 

নতুন চিনেমাখনৰ নাম হৈছে ‘ৰাঘৱ’।

ৰত্নাকৰে ব্যৱসায়িক দিশত বিশেষ সফলতা লাভ কৰাৰ পিছতে এইবাৰ আহি আছে ৰাঘৱ।

নিজৰ ওপজা দিনটোতে এই বিশেষ ঘোষণা কৰে অভিনেতাগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *