অসম

২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৪ৰ্থ ছেমিষ্টাৰৰ পৰীক্ষা…

২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ চতুৰ্থ ছেমিষ্টাৰৰ পৰীক্ষা।

অনলাইন মাধ্যমেৰে অনুষ্ঠিত হ’ব এই পৰীক্ষা।

বি এ, বি এছ চি, বি কমকে ধৰি সকলো শাখাৰে পৰীক্ষা অনুষ্ঠিত হ’ব।

ৰেগুলাৰ আৰু এৰিয়াৰ সকলোৰে বাবে অনুষ্ঠিত হ’ব এই পৰীক্ষা।

আইড’লৰ চতুৰ্থ ছেমিষ্টাৰৰ পৰীক্ষাও অনুষ্ঠিত হ’ব ২০ ছেপ্টেম্বৰৰ পৰা।

গুৱাহাটী বিশ্ববিদ্যালয়ে এই বিষয়ে জাৰি কৰিছে জাননী।

Leave a Reply

Your email address will not be published. Required fields are marked *