অসমঅসমীয়া

১০ হাজাৰ ভক্তক হনুমান চালিচা পাঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নিউজ ডেস্ক। সমগ্ৰ দেশৰ লগতে আজি অসমৰো বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে ৰামভক্ত হনুমান জয়ন্তী।

বিহুৰ মাজতে উত্তৰ গুৱাহাটীত অনুষ্ঠিত হনুমান জয়ন্তীৰ অনুষ্ঠানত ব্যস্ততাৰ মাজতো অংশ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

G6 4

দুদিনীয়াকৈ অনুষ্ঠিত হনুমান জয়ন্তীত উপস্থিত থকা প্ৰায় ১০ হাজাৰ লোকক হনুমান চালিচা পাঠ কৰোৱায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

G7 4

উল্লেখ্য যে, এই অনুষ্ঠানত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ অগণন সাধু-সন্ত তথা ধৰ্মানুৰাগীয়ে অংশগ্ৰহণ কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে এটি অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই আনন্দিত হোৱা বুলি মন্তব্য কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *