হেণ্ডকাফৰ সৈতে আদালতৰ ভিতৰৰ পৰা পলাল আচামী, আৰক্ষীৰ হাহাকাৰ…

পুনৰ আৰক্ষীৰ জিম্মাৰ পৰা পলাল আচামী।

এইবাৰ তিতাবৰত আদালতৰ ভিতৰৰ পৰা পলাল আচামী।

হেণ্ডকাফৰ সৈতে আচামীয়ে পলায়ন কৰাত আৰক্ষীৰ মাজত হাহাকাৰ।

শনিবাৰে গোলাঘাট ঊষা গৰঙাৰ পৰা আটক কৰিছিল কিৰণ নায়কক।

কিৰণ নায়কক বিচাৰি তিতাবৰ আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান।